বক্সাৰৰ BOSS বিজেপিৰ আনন্দ মিশ্রবক্সাৰৰ BOSS বিজেপিৰ আনন্দ মিশ্র

Share and Enjoy !

Shares

বক্সাৰৰ BOSS বিজেপিৰ আনন্দ মিশ্র।

IPSৰ চাকৰি বাদ দি ৰাজনীতিত যোগদান কৰা আনন্দ মিশ্ৰই বিধায়ক হ’ল।

বিজেপি দলৰ হৈ বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আনন্দ মিশ্ৰই।

উল্লেখ্য যে, অসমত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল আনন্দ মিশ্ৰ। নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল আনন্দ মিশ্ৰ। লখিমপুৰৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়তে চাকৰি বাদ দি গৃহৰাজ্য বিহাৰলৈ উভতি গৈছিল আনন্দ মিশ্ৰ।

তাৰ পাছতে খোজ দিছিল ৰাজনীতিৰ পথাৰত। আনন্দ মিশ্ৰই ভাৰতীয় জনতা পার্টিত যোগদান কৰিয়েই টিকট লাভ কৰিছিল । ফলত সেই সময়তে দলৰ ভিতৰত সৃষ্টি হৈছিল বিসম্বাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *