গোগামুখত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনৰ খুন্দা। থিতাতে নিহত চালক। নিহত চালকজন অঞ্জাল দলে বুলি জানিব পৰা গৈছে ।
গোগামুখৰ পাৰঘাট গাঁৱৰ ত্ৰিদিপ দলে আৰু জোণমনি পেগু দলেৰ একমাত্ৰ পুত্ৰ সন্তান অতি অমায়িক স্বভাৱৰ অঞ্জাল দলে। অঞ্জাল দলেৰ মৃত্যুত শোকাকুল পৰিবেশে বিৰাজ কৰিছে। জানিব পৰা মতে, গোগামুখৰ নাহৰবাৰী ৰ’ডৰ নিজ ঘৰলৈ গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো।
