ভিৰৰ সুযোগ লৈ জুবিনক্ষেত্ৰত চাঞ্চল্যকৰ কাণ্ড কৰিলে আনোৱাৰ হুছেইনেভিৰৰ সুযোগ লৈ জুবিনক্ষেত্ৰত চাঞ্চল্যকৰ কাণ্ড কৰিলে আনোৱাৰ হুছেইনে

Share and Enjoy !

Shares

দেওবাৰে পুৱাৰে পৰা জুবিনক্ষেত্ৰলৈ আগমন হৈছে হাজাৰ-হাজাৰ জুবিন অনুৰাগীৰ। ৰাজ্যৰ ভিন্নপ্ৰান্তৰ পৰা প্ৰিয় শিল্পীগৰাকীৰ অন্তিম শয়নথলী চাবলৈ আহিছে জুবিন অনুৰাগী।জুবিনক্ষেত্ৰত অব্যাহত আয়তীসকলৰ নাম-প্ৰসংগ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা আয়তীসকলে নাম-প্ৰসংগৰ আয়োজন কৰিছে জুবিন গাৰ্গৰ শেষ শয়নস্থলীত।।

 

কিন্তু ইয়াৰ মাজতে জুবিনক্ষেত্ৰত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা। ভিৰৰ সুযোগ লৈ জুবিনক্ষেত্ৰত চাঞ্চল্যকৰ কাণ্ড কৰিলে আনোৱাৰ হুছেইনে।

 

জুবিনক্ষেত্ৰত শ্ৰদ্ধাঞ্জলিৰ বাবে আগবঢ়োৱা অনুৰাগীৰ ধন মোনাত ভৰাই উধাও হোৱাৰ অপচেষ্টা আনোৱাৰ হুছেইনে নামৰ চোৰটোৰ। ৰাইজে কৰায়ত্ত কৰি সোণাপুৰ আৰক্ষীক ঘটাই দিয়ে বকো ধূপধাৰাৰ আনোৱাৰ হুছেইনক।

Leave a Reply

Your email address will not be published. Required fields are marked *