যুৱ সাংবাদিক সন্থাৰ ২০২৫ বৰ্ষৰ বঁটা ঘোষণা
বর্ষীয়ান সাংবাদিকক হাইদৰ হুছেইনক জনাব ‘বিশেষ সম্বর্ধনা’
বিবিচি ইণ্ডিয়াৰ সাংবাদিক শচীন গগৈলৈ ‘সংবাদ শিৰোমণি’ সন্মান সাহিত্য-সংস্কৃতি শিতানত ‘বর্ষশ্রেষ্ঠ সাংবাদিকতাৰ বঁটা’ বশিষ্ঠদেৱ ফুকনলৈ
‘বর্ষশ্রেষ্ঠ যুৱ সাংবাদিকতা বঁটা’ বনজিৎ ঠাকুৰীয়ালৈ
‘পৰিৱেশ/পৰ্যটন গ্রাম্য সাংবাদিকতা বঁটা’ পাপুল গগৈলৈ
‘শ্রেষ্ঠ ফটো সাংবাদিক’ বঁটা আগবঢ়োৱা হ’ব ৰেব বৰাক ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত বঁটা প্রদান অনুষ্ঠান