যোৰহাটৰ চতাইত ভয়ংকৰ পথ দুৰ্ঘটনা।যোৰহাটৰ চতাইত ভয়ংকৰ পথ দুৰ্ঘটনা।

Share and Enjoy !

Shares

যোৰহাটৰ চতাইত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱকৰ।

নিহত যুৱক দুজনক JMCH ত ৰখা হৈছে।

জানিব পৰা মতে, ৰখাই থোৱা এখন বাহনত খুন্দা মাৰে এল্টো বাহনে।

দুৰ্ঘটনা ইমানেই ভয়ংকৰ যে এল্টো বাহন কাটি উলিয়াব লগা হৈছে মৃতদেহ।

মৃতদুজন যোৰহাটৰে দীপাংকৰ শইকীয়া আৰু উদিপ্ত শইকীয়া বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *