Share and Enjoy !

Shares

নগাঁৱৰ ১৫ জনকৈ লোকক বিদেশী ঘোষণা জিলা বিদেশী ন্যায়াধীকৰণৰ।২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ আটাইকেইজনক আজি বাংলাদেশ সীমান্তৰে কেউজনকে কৰা হ’ব প্ৰত্যাৰ্পন।

১৫ জন বিদেশী ক্ৰমে…

আব্দুল আজিছ, নগাঁও সদৰ হেদায়ত
আহেদা খাতুন, জুৰিয়া থানাৰ অন্তৰ্গত বগৰীগুৰি গাওঁ
আজুফা খাতুন, ৰূপহী থানাৰ অন্তৰ্গত গড়েমাটিখোৱা
হুছেইন আলী, ৰহা থানাৰ অন্তৰ্গত দিঘলী আটি
ফজিলা খাতুন, জাজৰি থানাৰ অন্তৰ্গত হাতীযুজুৱা
জহুৰা খাতুন, ধিং থানাৰ অন্তৰ্গত কান্দুলীমাৰী,
আনোৱাৰা বেগম, চামগুৰি থানাৰ অন্তৰ্গত লেংটেং গাওঁ
ইদ্দিছ আলী,ৰহা থানাৰ অন্তৰ্গত ৰহা টাউন
ৰুস্তম আলী, কলিয়াবৰ থানাৰ অন্তৰ্গত হাতীগাওঁ বাগান
আনোৱাৰ খান, জখলাবন্ধা থানাৰ অন্তৰ্গত গাৰোবন্ধা গাওঁ
তাহেৰ আলী, উলোৱনি থানাৰ অন্তৰ্গত গৰৈমাৰী গাওঁ
আশা খাতুন, চামগুৰি থানাৰ অন্তৰ্গত শলবাৰী
নজৰুল ইছলাম, ৰহা থানাৰ অন্তৰ্গত চাপৰমুখ
ৰহিম শ্বেখ, ৰহা থানাৰ অন্তৰ্গত দিঘলী আটি
বাৰেক আলী, ৰহা থানাৰ অন্তৰ্গত দিঘলী আটি
উল্লেখ্য যে, আটাইকেইজনে নিজৰ ঠিকনা নগাওঁ জিলাত দিছে যদিও তেওঁলোকৰ বসতি সমগ্ৰ অসমৰ অন্য প্ৰান্তত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *