Share and Enjoy !

Shares

ৰাজ্যত দ্বিতীয়বাৰৰ বাবে বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান।

হাইলাকান্দিত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ১৪ জনক।

জিলাখনৰ ৯টা গোচৰৰ ভিত্তিত বাল্যবিবাহৰ সৈতে জড়িত থকাৰ অভিযোগত মুঠ ১৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

গ্ৰেপ্তাৰ হোৱা ১৪ জনৰ ভিতৰত ৮ জন স্বামী আৰু বাকীসকল তেওঁলোকৰ নিকটাত্মীয় বুলি জানিব পৰা গৈছে।

ধৃত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *