Share and Enjoy !

Shares

বিপদত ৰাতাবাৰী সমষ্টিৰ বিজেপি বিধায়ক বিজয় মালাকাৰ।

বিজয় মালাকাৰ বাংলাদেশী বুলি গুৰুতৰ অভিযোগ।

গুৱাহাটী উচ্চ ন্যায়ালয়ত বিষয়টোক লৈ লেখ আৱেদন।

আজি সম্পন্ন হ’ল লেখ আৱেদনৰ শুনানি।ৰাতাবাৰীৰ দুজন লোকে আৱেদন কৰিছিল HCত।

আদালতে ৪ সপ্তাহ সময় বান্ধি দিছে বিজেপি বিধায়কগৰাকীক।

খাৰিজ হ’ব পাৰে বৰাকৰ বিধায়ক বিজয় মালাকাৰৰ বিধায়ক পদ!

Leave a Reply

Your email address will not be published. Required fields are marked *