পুনৰ ৰাজ্যত উদ্ধাৰ মৃতদেহ । বৃহস্পতিবাৰ্ মহানগৰীত উদ্ধাৰ হয় যুৱকৰ মৃতদেহ। মহানগৰীৰ খাৰঘুলিত উদ্ধাৰ উদ্ধাৰ মৃতদেহটো। NDRFৰ অভিযানত উদ্ধাৰ মৃতদেহটো
উদ্ধাৰ হোৱা মৃতদেহটো উজান বজাৰৰ অভিজিত চৌধুৰীৰ বুলি সন্দেহ কৰা হৈছে।
ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত উপঙি থকা অৱস্থাত শনিবাৰে ৰোনাক চাদক যোৱা সোমবাৰে প্ৰতাপ ৰায়ৰ আৰু বুধবাৰে সাগৰ গৌতমৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।
বর্তমানেও ব্রহ্মপুত্রত সন্ধানহীন হৈ আছে বিশ্বনাথ চাৰিআলিৰ উমেশ কুমাৰ নামৰ লোক জন।
উল্লখ্য যে, যোৱা ১০ ডিচেম্বৰ বুধবাৰে গা ধুবলৈ গৈ বৰলুইতত সন্ধানহীন হৈছিল ৫জনকৈ লোক।