Share and Enjoy !

Shares

বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা অসম কেবিনেটৰ বৈঠকত কেইবাটাও সিদ্ধান্ত লয়। বৈঠকৰ অন্তত কেবিনেট সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।

দৃষ্টিহীন মহিলা বিশ্বকাপ বিজয়ী দলৰ ক্ৰিকেটাৰ চিমু দাসলৈ চৰকাৰী চাকৰি৷ Director of Sports ৰ অধীনত Physical Instructor পদত নিযুক্তিত অনুমোদন। অসম কেবিনেটৰ।।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত অসম কেবিনেটত বিস্তৃতভাৱে আলোচনা কৰে।। ২১ ডিচেম্বৰত নামৰূপলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২লাখ লোকে আদৰণি জনাব প্রধানমন্ত্ৰী মোদীক।
নতুন ফেক্টৰী স্থাপন কৰিবলৈ কেবিনেট আবণ্টন কৰে ভূমি। তিনি চাৰিবছৰৰ ভিতৰত সমাপ্ত হ’ব এই নতুন প্ৰকল্পটো। চাহ শ্ৰমিকক মাটি প্ৰদানক লৈ লেণ্ড চিলিং এক্ট সংশোধন। সংশোধিত আইন অনুসৰি ভূমি প্ৰদান কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *