সোণাপুৰৰ জুবিনক্ষেত্ৰৰ নিকটৱৰ্তী দোকানসমূহলৈ জাননী।
৬ দিনৰ ভিতৰতদোকানসমূহ উঠাই নিয়াৰ নিৰ্দেশনা প্ৰদান।
NHAIএ দোকানসমূহলৈ প্ৰেৰণ কৰিছে জাননী।
দোকানসমূহ স্বেচ্ছাই উঠাই নিনিলে চলিব উচ্ছেদ।
ব্যস্ত স্থানছোৱাত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰি এই জাননী প্ৰেৰণ কৰা হৈছে।
নিৰ্ধাৰিত সময়ত দোকান উঠাই নিনিলে বিহা হ’ব জৰিমনাও।
