Share and Enjoy !

Shares

পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ।

মহানগৰীৰ পাথৰকোৱাৰীত উদ্ধাৰ মৃতদেহ।

নলাত পৰি থকা অৱস্থাত মৃতদেহটো।

জানিব পৰা মতে মৃতদেহটো পথৰকোৱাৰিৰ বাসিন্দা নাৰায়ণ ৰাজবংশীৰ।

ঘটনাস্থলীত উপস্থিত নুনমাটি আৰক্ষী।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে প্ৰতীক্ষা হাস্পতাললৈ।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই লোকজনৰ মৃত্যুৰ কাৰণ।

Leave a Reply

Your email address will not be published. Required fields are marked *