মৰ্মান্তিক! বৃদ্ধি হ’ল কামপুৰত ৰেলৰ খুন্দাত মৃত্যু হোৱা হাতীৰ সংখ্যা ৷
যমুনামুখৰ চানজুৰাইত ৰে’লৰ খুন্দাত নিহত বন্যহস্তীৰ সংখ্যা ৮ টালৈ বৃদ্ধি৷
কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত থকা দুই তিনি দিনীয়া পোৱালিটোৰ মৃত্যু।
দুৰ্ঘটনাটো মৃত্যু হোৱা হাতীৰ সংখ্যা বৃদ্ধি পালে আঠটালৈ ৷
গুৰুতৰ ভাৱে আহত পোৱালিটোক সংকটজনক অৱস্থাত অনা হৈছিল কাজিৰঙালৈ ৷
চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো মৃত্যু হয় হাতী পোৱালিটোৰ৷ ।
কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসা চলি আছিল হাতী পোৱালিটোৰ।