পুনৰ হাজোত অনুষ্ঠিত হ’ব ঐতিহাসিক বুলবুলি চৰাইৰ খেল।হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত চলি অহা বুলবুলি চৰাইৰ খেলক লৈ বৰ্তমান এক উৎসৱমুখৰ পৰিৱেশ তীৰ্থনগৰী হাজোত
উল্লেখ্য যে, ২০১৪ চনত প্ৰকৃতিপ্ৰেমী সংগঠনে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ পাচত বিগত ৯ বছৰ ধৰি বন্ধ হৈ আছিল বুলবুলি চৰাইৰ খেল।।
২০২৪ বৰ্ষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত SOP মৰ্মে পুনৰবাৰ অনুষ্ঠিত কৰা হয় এই খেল। এই খেল উপভোগ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এইবেলি চৰকাৰী SOP মানি বুলবুলি চৰাইৰ খেল অনষ্ঠিত কৰিবলৈ সম্পুৰ্ণ প্ৰস্তুতি চলাইছে হাজোবাসীয়ে