Share and Enjoy !

Shares

নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ প্ৰশাসনত জিলা আয়ুক্ত পৰ্যায়ত ব্যাপক ৰদবদল

১৪ জিলাৰ জিলা আয়ুক্ত সালসলনি

কামৰূপৰ(মেট্ৰ)ৰ জিলা আয়ুক্ত সুমিত সাতৱানক তিনিচুকীয়ালৈ বদলি

শিৱসাগৰৰ জিলা আয়ুক্ত আয়ুশ গাৰ্গক বদলি কাছাৰলৈ

কাছাৰৰ জিলা আয়ুক্ত মৃদুল য়াদৱক শিৱসাগৰলৈ বদলি

ধুবুৰী জিলাৰ আয়ুক্ত দিৱাকৰ নাথক বদলি বঙাইগাঁৱলৈ

তিনিচুকীয়াৰ জিলা আয়ুক্তক স্বপনীল পালক বদলি কামৰূপ(মেট্ৰ)লৈ

কোকৰাঝাৰৰ জিলা আয়ুক্ত মাচান্দা মাগদালিন পাৰ্টিনক বিত্ত বিভাগৰ যুটীয়া আয়ুক্ত হিচাপে বদলি

পৰিৱেশ আৰু বন বিভাগৰ যুটীয়া আয়ুক্ত চিমি কৰণক বদলি তামুলপুৰৰ জিলা আয়ুক্ত হিচাপে

যুটীয়া আয়ুক্ত আৰণ্যক শইকীয়াক কাৰ্বি আংলঙৰ জিলা আয়ুক্ত হিচাপে বদলি

বঙাইগাঁৱৰ জিলা আয়ুক্ত নৱদীপ পাঠকক ধুবুৰী জিলা আয়ুক্ত হিচাপে বদলি

দৰঙৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিক বদলি গোলাঘাটৰ জিলা আয়ুক্ত হিচাপে

গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্তক বদলি IG(Prison)লৈ

তামুলপুৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীক প্ৰেৰণ কোকৰাঝাৰৰ জিলা আয়ুক্ত হিচাপে

IG(Prison)ৰ পুৱালী গোঁহাইক বদলি দৰঙৰ জিলা আয়ুক্ত হিচাপে

কাৰ্বি আংলঙৰ জিলা আয়ুক্ত নিৰলা ফাংচপিক Add Secretary(Hills)লৈ প্ৰেৰণ

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *