Share and Enjoy !

Shares

অব্যাহত আছে জাগীৰোডৰ নেলীত অবৈধ গো- সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বৃহস্পতিবাৰে পুৱা ৫বজাত নেলীত অবৈধ গো- সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ ২৭ টাকৈ চোৰাং গৰু

উজনিৰ পৰা আনি মেঘালয়লৈ সৰবৰাহ কৰাৰ সময়তে উদ্ধাৰ গৰুকেইটা

এখন নম্বৰ প্লেটবিহীন ট্ৰাকৰ লগতে AS-01RC-8889 নম্বৰৰ গৰু কঢ়িওৱা দুখন ট্ৰাক জব্দ

ধৃত চোৰাং গৰু সৰবৰাহকাৰী কেইটা মৈৰাবাৰীৰ চাহাদুল ইছলাম,আছাদুল ইছলাম, নগাঁৱৰ নিজাম উদ্দিন আৰু জিয়াৰুল ইছলাম বুলি জানিব পৰা গৈছে।

অমল গগৈ নামৰ এজন যুৱকৰ নেতৃত্বত গৰুৰ চিণ্ডিকেট চলি থকাৰ সন্দেহ

 

Leave a Reply

Your email address will not be published. Required fields are marked *