বিশ্বনাথত আটক আমছুৰ ৩ নেতাক।
শনিবাৰে নিশা প্ৰায় ১২ মান বজাত বিশ্বনাথ চাৰিআলিৰ পৰাই আমছুৰ ৩ নেতাক আটক কৰে আৰক্ষীয়ে।
নেতা তিনিগৰাকী ক্ৰমে বিশ্বনাথ জিলা আমছুৰ সভাপতি হুছেইন ছিকদাৰ, আমছুৰ সহকাৰী সাধাৰণ সম্পাদক ফকিৰ আলি, বিহালী আমছু কৰ্মী আব্দুল বাৰেক।
সম্প্ৰতি আটকাধীন তিনি আমাছু নেতাক বিহালী থানাত ৰখা হৈছে ৷
বিহালী বাঘমাৰী বেদখলকৃত পিজিআৰ ভিজিআৰ ভূমি উচ্ছেদ সমন্ধীয় বিষয়কলৈ ৩ নেতাক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে।