Share and Enjoy !

Shares

বৰছলা সমষ্টিৰ ঠেলামৰা হাইস্কুল খেল পথাৰত মহিলা উদ্যমিতা আচঁনিৰ ১০,০০০ টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

বৰছলা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩৪ হাজাৰ মহিলালৈ আগবঢ়োৱা হয় মহিলা উদ্যমিতা আচঁনিৰ ১০,০০০ টকাৰ চেক

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ৩০০ কোটি টকা ব্যয়েৰে চুপাৰ স্পেচিয়েলিটি হাস্পাতাল নিৰ্মানৰ আধাৰশিলা,বিহ’গুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা মহাবিদ্যালয় তথা সৰকাঘাটত নিৰ্মাণ হ’বলগীয়া মিনি ষ্টেডিয়ামৰো আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আগন্তুক ২২ ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় হিতাধীকাৰী সকলে ৮০০০ টকাকৈ প্ৰদান কৰা হ’ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তাৰোপৰি চাহ বাগানৰ লোক সকলক মাটিৰ পট্টা প্ৰদান কৰা হ’ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *