Share and Enjoy !

Shares

ভেনিজুৱেলাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ নাম ঘোষণা। ডেলচি ৰড্ৰিগেজ হ’ব ভেনিজুৱেলাৰ অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতি। ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত।

উল্লেখ্য যে, ট্ৰাম্পে ডেলচি ৰড্ৰিগেজৰ ওপৰত সমৰ্থন দিছে ।কিয়নো উচ্চতম ন্যায়ালয়ে ঘোষণা কৰাৰ পূৰ্বেই ট্ৰাম্পে ঘোষণা কৰিছিল এই কথা

অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে পূৰ্বে ভেনিজুৱেলাৰ বিত্ত আৰু তেল মন্ত্ৰী আছিল। ৫৬বছৰীয়া মহিলাগৰাকী ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে আছিল এগৰাকী অধিবক্তা।

Leave a Reply

Your email address will not be published. Required fields are marked *