Share and Enjoy !

Shares

দিনক দিনে নগাঁৱৰ ভিন্ন প্ৰান্তত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ।

এইবাৰ নগাঁৱৰ মৰিকলঙত চুৰৰ চাফাই অভিযান।

মৰিকলঙৰ লুজেনা বেগমৰ ঘৰৰ পৰা চুৰে লুটি নিয়ে কেইবাহাজাৰ নগদ ধনৰ লগতে সোণৰ আ-অলংকাৰ।

ঘৰত গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি দর্জা ভাঙি চুৰে চলাই লুটপাত।

বৰ্তমান ঘটনাস্থলিত মৰিকলঙ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *