Share and Enjoy !

Shares

গৌৰীপুৰ মটিয়াবাগত নিশা চাঞ্চল্যকৰ ঘটনা।।

এজন যুৱকক ঘৰত মাতি আনি দুৱাৰ বন্ধ কৰি হত্যা কৰাৰ অভিযোগ।

হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ পৰিয়ালৰ।

মৃত্যু হোৱা যুৱকজন ছানোৱাৰ হুছেইন ওৰফে কেতু।বুলি জানিব পৰা গৈছে

চিমেণ্ট চুৰি কৰাৰ অভিযোগত যুৱকজনক হত্যাৰ অভিযোগ পৰিয়ালৰ।

কদম আলী নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে এই হত্যাৰ অভিযোগ।

বৰ্তমান কদম আলী পলাতকহৈ আছে বুলি জানিব পৰা গৈছে।

কিন্তু কদম আলীৰ লগত আৰু বহু কেইজন ব্যক্তি জঢ়িত থকাৰ সন্দেহ।

ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা।

Leave a Reply

Your email address will not be published. Required fields are marked *