Share and Enjoy !

Shares

চতিয়া আৰক্ষীৰ সফলতা। বৰপামৰ ঘিলাধাৰী নদীৰ সমীপত গাড়ীসহ ছয়টাকৈ গভাইত চোৰক কৰায়ত্ত চতিয়া আৰক্ষীৰ

বৈদ্যুতিকটাৱাৰৰ মূল্যবান তাঁৰ চুৰি কৰি গাড়ীত ভৰাই আনি থকাৰ সময়তে আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি কৰায়ত্ত কৰে চোৰকেইটাক। আৰক্ষীয়ে আটক কৰা চোৰকেইটা নলবাৰীৰ বদৰ উদ্দিন,জহৰ উদ্দিন,নজৰুল ইছলাম,হানিফ আলি আৰু বৰপেটা জিলাৰ ছাইফুল ইছলাম,চহিদুল ইছলাম বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ধৃত চোৰ কেইটাই ব্যৱহাৰ কৰা AS-01-TC-2585 নম্বৰৰ এখন বাহন আৰু AS-01-RC-1567 নম্বৰৰ আন এখন বাহনো জব্দ কৰিবলৈ সক্ষম হয় ৷

সম্প্ৰতি চতিয়া আৰক্ষীয়ে এই চোৰকেটাক কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *