Share and Enjoy !

Shares

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা দিহিং পাটকাই খেলপথাৰত সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা) কেন্দ্রীয় সমিতি উদ্যোগত ২১ সংখ্যক আদিবাসী মহাসভাৰ অন্তিম দিনৰ কাৰ্যসূচী।

প্ৰতিবৰ্ষৰ দৰে চলিত বৰ্ষত সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, আদিবাসী জানি শক্তি সংগতি কেন্দ্রীয় সমিতি আৰু তিনিচুকীয়া জিলাবাসী ৰাইজৰ সহযোগত ২৯ জানুৱাৰী পৰা ১ ফেব্ৰুৱাৰীলৈ এই মহাসভা অনুষ্ঠিত হয়।

আজিৰ অন্তিম দিনৰ কাৰ্যসূচীৰ মুকলি সভাত উপস্থিত থাকে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চুৰেন।

সদৌ অসম আদিবাসী মহাসভাত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আদিবাসী সকলৰ নৃত্য গীত সংস্কৃতি প্ৰদৰ্শন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *