Share and Enjoy !

Shares

দুদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত দেশৰ নিৰ্বাচন আয়োগৰ দল।

আগন্তুক বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত আলোচনাত মিলিত হ’ব নিৰ্বাচন আয়োগৰ দলটোৱে।

শনিবাৰে মানিষ গাৰ্গ,পৱন কুমাৰ শৰ্মা ,সঞ্জয় কুমাৰ,ভানু কুমাৰ য়াতুব আহি উপস্থিত হয়

দেওবাৰে প্ৰতিখন জিলাৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰে বৈঠকত বহিব আয়োগৰ দলটো।

Leave a Reply

Your email address will not be published. Required fields are marked *