Share and Enjoy !

Shares

ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ।

১ মাৰ্চৰ পৰা ৩১ মে’লৈ সকলো ছুটী বাতিল ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ।

হাইলাকান্দি জিলা শিক্ষা পৰিদৰ্শক তাপস দাসে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

নিৰ্দেশনা অনুসৰি ১ মাৰ্চৰ পৰা ৩১ মে’লৈ বা নিৰ্বাচন প্ৰক্ৰিয়া অন্ত নপৰালৈ কোনো ধৰণৰ ছুটী দিব নোৱাৰিব শিক্ষা বিভাগৰ চাকৰিয়ালক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *