Share and Enjoy !

Shares

ৰান্ধনী সকলৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ দাবীত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কর্মচাৰী সন্থাৰ উদ্যোগত আজি মহানগৰীৰ চচলত দুঘণ্টীয়া অবস্থান ধর্মঘট কাৰ্যসূচী।।

প্ৰতিবাদী সকলে হাতে হাতে ফ্লেগ, বেনাৰ, ফেষ্টোন আদি লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি আকাশ বতাহ উত্তাল কৰি তোলে।।

কর্মচাৰীসন্থাৰ দাবী সমূহ- মধ্যাহ্ন কৰ্মচাৰী সকলৰ মাননি ৯,০০০.০০ টকালৈ বৃদ্ধি কৰা।

মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলৰ মাননি ১০ মাহৰ পৰিৱৰ্তে ১২ মাহৰ মাননি আদা দিয়াৰ ব্যৱস্থা কৰা।

মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলক নিযুক্তি পত্ৰ দি চাকৰি নিয়মীয়াকৰণ কৰা।

মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলক সময়মতে মাননি আদায় দিয়াৰ ব্যৱস্থা কৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *