Share and Enjoy !

Shares

ৰাজ্যিক কেবিনেটত সৈনিক স্কুলক লৈ ডাঙৰ সিদ্ধান্ত।

অসমত স্থাপন হ’ব দ্বিতীয়খন সৈনিক স্কুল।

আজি কেবিনেটে ৩৩৫ কোটি টকাৰ অনুমোদন দিয়ে দ্বিতীয়খন সৈনিক স্কুলৰ বাবে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।

অসমৰ গোৱালপাৰাৰ মৰনৈত আছে এখন সৈনিক স্কুল।

কাৰ্বি আংলং জিলাৰ লনভকোত স্থাপন হ’ব অসমৰ দ্বিতীয়খন সৈনিক স্কুল।

ভাৰত চৰকাৰেও এই সিদ্ধান্তত অনুমোদন জনাইছে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *