Share and Enjoy !

Shares

অসমৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ।

ৰাজ্যৰ শিক্ষকসকলৰ বাবে ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কেবিনেটৰ সিদ্ধান্ত সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজি লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেটত বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি বৃদ্ধি হ’ব শিক্ষকসকলৰ অৰ্জিত ছুটী।

পূৰ্বে শিক্ষকসকলে বছৰত ১০টা অৰ্জিত ছুটী লাভ কৰিছিল।

আজিৰ কেবিনেটে এই ছুটীৰ পৰিমাণ বৃদ্ধিৰ সিদ্ধান্তত অনুমোদন জনায়।

এতিয়াৰে পৰা শিক্ষকসকলে বছৰি ১০টাৰ সলনি ১৫টাকৈ অৰ্জিত ছুটী লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *