কচুগাঁৱত টেংকাৰ গাড়ীত ভয়ংকৰ অগ্নিকাণ্ড।
কোকৰাঝাৰ জিলা গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত কচুগাঁৱত টেংকাৰ গাড়ীত ভয়ংকৰ অগ্নিকাণ্ড।
নিমিষতে ভস্মীভূত হয় বাহনখন।
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘঠিত হৈছে এই ভয়ংকৰ ঘটনাটো ।
ঘটনস্থলীত গোসাঁইগাঁও আৰু কচুগাওঁ আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে।