লাহৰীঘাটত অঘটন।
লাহৰীঘাট লালি বিলৰ ওপৰত থকা দলঙত অঘটন ।
দলং ভাঙি আহতত চাৰিগৰাকীকৈ শ্ৰমিক।
আহত শ্ৰমিক কেইগৰাকীক ততাতৈয়াকৈ লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে লাহৰীঘাট আদৰ্শ চিকিৎসালয় প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।
আহত শ্ৰমিক কেইগৰাকী গোলজাৰ হুছেইন ,মুস্তফা আহমেদ ,ইনামুল হক আৰু ফাৰুক আহমেদ বুলি জানিব পৰা গৈছে।