Share and Enjoy !

Shares

শুকুৰবাৰে তিতাবৰ আৰু যোৰহাট আৰক্ষীৰ এক অভিযানত আটক পিষ্টলসহ আটক তিনি অপৰাধীক ধৃত ৩ অপৰাধীকেইটা আচায্য গগৈ ,ভৰত গগৈ আৰু ডানিচ বৰুৱা।বুলি চিনাক্ত কৰা হৈছে।

ইয়াৰে, আচায্য গগৈ ,ভৰত গগৈৰ ঘৰ তিতাবৰৰ ২ নং মৰাণ গাঁৱত। আনহাতে, ডানিচ বৰুৱাৰ ঘৰ যোৰহাটৰ চিনামৰাত।বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত তিতাবৰ আৰু যোৰহাট আৰক্ষীয়ে মৰাণ গাঁওত অভিযান চলাই আচাৰ্য গগৈ আৰু ভৰত গগৈক জিম্মাত লয়। দুয়োজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে যোৰহাট চিনামৰাৰ ডানিচ বৰুৱাক কৰায়ত্ত কৰাৰ লগতে এটা পইণ্ট ৩২ পিষ্টল আৰু এটা সজীৱ গুলীসহ এখন স্কুটি জব্দ কৰে। অধিক তথ্যৰ বাবে তিনিজনকে তিতাবৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *