বৃহস্পতিবাৰে নিশা নাজিৰা বিহুবৰ নেপালী খুটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷
পৃথিৱী ৰাজ চাহুৰ বাসগৃহত বিবাহৰ আনন্দৰ মাজতে আতচবাজীৰ ফিৰিঙতিয়ে ল’লে ভয়ংকৰ ৰূপ ৷
পৃথিৱী ৰাজ চাহুৰ বাসগৃহৰ কাষতে থকা ইন্দ্ৰ বাহাদুৰ বাসগৃহত মজুত কৰি ৰখা লক্ষ্যাাধিক মূল্যৰ খেৰত আতচবাজীৰ ফিৰিঙতি পৰি ভষ্মীভূত হৈ পৰে খেৰ ৷
কথমপি প্ৰাণ ৰক্ষা পৰে বিবাহস্থলীত থকা বৰযাত্ৰীসকল ৷
পৰৰ্ৱতী সময়ত অগ্নিনিৰ্বাহক বাহিনীয়ে জুই নিৰ্বাপিত কৰে ।