Share and Enjoy !

Shares

এইবাৰ দৌলযাত্ৰা আৰু হোলী উপলক্ষে দুদিনকৈ বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে।

হোলী উপলক্ষে প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে কামৰূপ(মহানগৰ) জিলা।

৪ মাৰ্চত হোলী উপলক্ষে কামৰূপ(মহানগৰ) জিলাত স্থানীয় বন্ধ ঘোষণা।

সাধাৰণ প্ৰশাসনে বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।

৪ মাৰ্চৰ দিনটোত কামৰূপ (মহানগৰ) জিলাৰ স্কুল-কলেজকে ধৰি সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থাকিব।

৪ মাৰ্চৰ দিনটোত শোণিতপুৰ জিলাৰো স্কুল-কলেজকে ধৰি সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থাকিব।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *