মাজত মাত্ৰ কেইটামান দিন ৰাজ্যসভা নিৰ্বাচনলৈ।
ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে বিজেপিৰ
বিজেপিৰ ৬জন নেতাই। এই পৰ্যন্ত দলটোৰ হৈ মনোনয়ন সংগ্রহ কৰিছে
ৰামেশ্বৰ তেলী, যোগেন মহন, তেৰছ গোৱালা, তপন গগৈ, পুলক গোহাঁই আৰু দীপ্লুৰঞ্জন শৰ্মাৰ নামতো মনোনয়ন সংগ্ৰহ।
ইফালে, UPPLৰ মুৰব্বী প্রমোদ বড়োৰ নামতো মনোনয়ন পত্ৰ সংগ্রহ কৰিছে বুলি জানিব পৰা গৈছে।
৫ মাৰ্চ মনোনয়ন পত্র দাখিলৰ অন্তিমটো দিন। ১৬ মাৰ্চত অসমৰ তিনিখন আসনৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নির্বাচন।