Share and Enjoy !

Shares

পুৱাই চামগুৰিত শোকাৱহ দুৰ্ঘটনা।

চামগুৰিৰ আমনিল আমলখিত ৰে’লৰ খুন্দাত মহিলাৰ মৃত্যু।

বৰ্তমানেও মৃত মহিলাগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *