Share and Enjoy !

Shares

দুলীয়াজানত এটা নাহৰফুটুকী বাঘৰ মৃত্যুক নাহৰফুটুকীৰ মৃত্যুকলৈ জালানী গুটীবাৰীত বন বিভাগৰ লোকক আবদ্ধ কৰি ৰাইজৰ প্ৰতিবাদ।

উল্লেখ্য যে, বুধবাৰে নাহৰফুটুকীৰ আক্ৰমণত আহত হৈছিল দুজন লোক। বন বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ প্ৰহাৰত মৃত্যু হৈছিল নাহৰফুটুকী বাঘ এটাৰ।

ইপিনে নাহৰফুটুকী মৃত্যুৰ পাছতে ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক। লগতে বন বিভাগৰ লোকৰ সৈতে আলোচনাত মিলিত হয় স্থানীয় ৰাইজ। আনফালে নাহৰফুটুকীৰ মুক্ত বিচৰণ ৰোধৰ কৰাৰ দাবী বন বিভাগক।

Leave a Reply

Your email address will not be published. Required fields are marked *