কাইলৈ অসমলৈ আহিব কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ।
নির্মলা সীতাৰমণ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব বিজেপিৰ সংকল্প পত্র।
বাজপেয়ী ভৱনত পুৱা ৮.৩০ বজাত সংকল্প পত্র মুকলি কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।
সংবাদমেলযোগে এই কথা উল্লেখ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাৰ।
এই কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকায়া।