ৰাজ্যৰ বিধানসভা নিৰ্বাচন দিন চুম চাপি অহাৰ লগে লগে সকলোবোৰ ৰাজনৈতিক দলে প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে৷
প্ৰতিকুল বতৰকো নেওচি ইতিমধ্যে শাসক- বিৰোধীৰ প্ৰাৰ্থীৰ হৈ অসমত প্ৰচাৰ চলাইছেহি কে’বাগৰাকী হাই প্ৰফাইল নেতাই ৷
নিৰ্বাচনী প্ৰচাৰৰ বাবে কাইলৈ অসমলৈ আহিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।
বৰপেটা আৰু বৰচলাত প্ৰচাৰ চলাব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অভয়াপুৰী,নলবাৰীত চলাব নির্বাচনী প্ৰচাৰ