Share and Enjoy !

Shares

পৰ্বতঝোৰাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ।

সংঘৰ্ষত আহত বাইক চালকজনৰ চিকিৎসালয়তে মৃত্যু হয়।

নিহত চালকজন ধুবুৰী আদাবাৰীৰ শিক্ষক সহিদুৰ ৰহমান বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ পতিত হোৱা ছুইফ ডিজেয়াৰ বাহখনৰ নম্বৰ AS-01-EF-2562।

আনফালে দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS-17-H-2694।

ঘটনাস্থলীত বগৰীবাৰী আৰক্ষী উপস্থিত হৈ বাহন দুখন উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *