Share and Enjoy !

Shares

২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী। ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল।

এই নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিবলৈ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যত পুনৰ নিৰ্বাচনী হিংসা । বিগত কেইবাদিনত ৰাজ্যৰ বিভিন্ন সমষ্টিত হিংসাত্মক ঘটনা সংঘটিত হৈ থকাৰ মাজতেই সোমবাৰে পুনৰ নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে ।

নিশা জোনাইত পুনৰ নিৰ্বাচনী হিংসা।জোনাই চিলে মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ।

একাংশ কংগ্ৰেছ কৰ্মীৰ সন্দেহ অনুসৰি, পুৱতি নিশা কোনো বিজেপি তথা ভূৱন পেগুৰ গুণ্ডাবাহিনীয়ে কাৰ্যালয়টো ভাঙি লণ্ড ভণ্ড কৰে।

ইয়াৰ ওপৰিও দলীয় পোষ্টাৰ-বেনাৰ আদি চোকা অস্ত্ৰৰে কাটি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *