Share and Enjoy !

Shares

মহানগৰীত বিহাৰৰ কুখ্যাত ডকাইত দল আৰক্ষীৰ জালত৷

মহানগৰীত বাহৰ পাতি থকা বিহাৰৰ ২ কুখ্যাত ডকাইত আৰক্ষীৰ জালত৷

মহানগৰ আৰক্ষীৰ এডিচিপি বিৰিঞ্চি বৰাৰ নেতৃত্বত আৰক্ষীৰ দলে গোপন সূত্ৰৰ পমখেদি আটক কৰে বিহাৰৰ দুৰ্ধৰ্ষ ডকাইত দুটাক৷

ধৃত ডকাইত কেইটা মুৰাৰী কুমাৰ সিং আৰু বিকাশ কুমাৰ সিং বুলি জানিব পৰা গৈছে৷

তথ্য অনুসৰি, ধৃত ডকাইত দুটা বিৰুদ্ধে বিহাৰৰ কে’বা খনো থানাত ৰজু আছে বিভিন্ন অপৰাধৰ গোচৰ৷

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *