Month: September 2026

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপিৰ প্রাৰ্থী ঘোষণা

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপিৰ প্রাৰ্থী ঘোষণা। দেৱাশীষ শর্মা হ’ব নগাঁও উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই কৰে ঘোষণা। কিছুদিন…

গৃহস্থৰ হাত-মুখ বান্ধি ডকাইতে লুটি নিলে ১৪ লাখ নগদ ধনৰ লগতে সোনৰ আ-অলংকাৰ

খাৰুপেটীয়াত ২ নং কুঁৱৰী পুখুৰীত পুৱতি নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড। গৃহস্থৰ হাত-মুখ বান্ধি ডিঙিত চোকা অস্ত্ৰ ধৰি পাঁচ জনীয়া ডকাইতৰ…

ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন । ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে পুৱতি নিশা তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে নতুন দিল্লীত উপস্থিত হয়।…

এইবাৰ হাৰ্ডৱেৰ দোকানৰ পৰা উদ্ধাৰ বুজন পৰিমানৰ ড্ৰাগছ

যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। অভিযানত যোৰহাটৰ হাৰ্ডৱেৰ দোকানৰ পৰা প্ৰায় ২৭ গ্ৰাম ড্ৰাগছ উদ্ধাৰ। অভিযুক্ত সতীশ শ্ৰীবাস্তৱৰ ব্যৱসায়…

টেঘেৰীয়াত জব্দ ১৪টাকৈ অবৈধ গৰুৰ লগতে ৫ জন সৰহবৰাকাৰীক

ক্ষেত্ৰী থানাৰ অন্তৰ্গত টেঘেৰীয়াত নিশাৰ ভাগত আৰক্ষীৰ অভিযানত জব্দ অবৈধ গৰু ভৰ্তি বাহনৰ লগতে সৰহবৰাকাৰী। স্থানীয় ৰাইজৰ সহযোগত মুঠ ১৪…

মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান

​মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ এক সফল অভিযান। মালিগাঁৱত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা লগতে এজন লোকক আটক। ​স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া…

ডিঙিত টায়াৰ সোমোৱা এটা বন্যহস্তীৰ বিচৰণ চাহ বাগিচাত

নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা। ডিঙিত টায়াৰ সোমোৱা এটা বন্যহস্তীৰ বিচৰণ।চাহ বাগিচাত। নুমলীগড়ৰ বকিয়ালৰ এখন চাহ ডিঙিত ট্ৰেক্টাৰৰৰ টায়াৰ সোমোৱা অৱস্থাত দেখা…

শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল গণ প্ৰতিবাদী সমদল

শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল গণ প্ৰতিবাদী সমদল। জুলাই মাহত হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক উচিত…

উৎকোচ লৈ গ্রেপ্তাৰ হ’ল অসম সচিবালয়ৰ বিষয়া।

উৎকোচ লৈ গ্রেপ্তাৰ অসম সচিবালয়ৰ বিষয়া। গড়চুক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে দেৱলীনা পাটোৱাৰীক। গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ বিষয়া দেৱলীনা। সুৰাৰ…