কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ. জয়শংকৰে নিউয়ৰ্কত এছিয়া ছ’চাইটিৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে।
অনুষ্ঠানত সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক, বাণিজ্যিক চুক্তিৰ আলোচনা আদি বিষয় সন্দৰ্ভত মন্তব্য কৰে।
তেওঁ দুয়োখন দেশৰ বাণিজ্যিক চুক্তিৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে।