Share and Enjoy !

Shares

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে পৰীক্ষাৰ ফলাফল। ১৬টাকৈ ৱেবছাইট উপলভ্য হ’ল পৰীক্ষাৰ ফলাফল।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শীৰ্ষ চাৰিটা স্থানত চাৰিগৰাকী মেধাৱী ছাত্ৰ। প্রথম স্থানত বজালীৰ শংকৰদেৱ শিশু নিকেতনৰ জ্যোতিৰ্ময় দাস। দ্বিতীয় স্থানত বিশ্বনাথৰ অম্বিকাগিৰি ৰায় চৌধুৰী জাতীয় বিদ্যালয়ৰ আকাংক্ষা ভূঞা, তৃতীয় স্থানত উজলিল ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ এইচ এচ স্কুলৰ জিয়া ফাৰাহ ইছলাম আৰু চতুৰ্থ স্থানত নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰ সুৰজিত আখটাৰ।

শীৰ্ষ তিনিখন জিলা হৈছে-

ডিমা হাছাও ৮৮.২৩ শতাংশ, শিৱসাগৰ ৮৪.০৮, ডিব্ৰুগড় ৭৮.৪৬ শতাংশ

চাওক জিলাৰ উত্তীৰ্ণৰ হাৰৰ সবিশেষ:

হাইলাকান্দি জিলাত উত্তীৰ্ণৰ হাৰ ৫১.৮১ শতাংশ
যোৰহাট জিলাত উত্তীৰ্ণৰ হাৰ ৭৪.৫২ শতাংশ
কামৰূপ জিলাত উত্তীৰ্ণৰ হাৰ ৭১.৮৪ শতাংশ
কাৰ্বি আংলং জিলাত উত্তীৰ্ণৰ হাৰ ৬৫.১৮ শতাংশ
শ্ৰীভূমি জিলাত উত্তীৰ্ণৰ হাৰ ৬৬.২৬ শতাংশ
কোকৰাঝাৰ জিলাত উত্তীৰ্ণৰ হাৰ ৬৫.৪৯ শতাংশ
লখিমপুৰ জিলাত উত্তীৰ্ণৰ হাৰ ৭৬.৯৮ শতাংশ
মৰিগাঁও জিলাত উত্তীৰ্ণৰ হাৰ ৭৬.৯৮ শতাংশ
নগাঁও জিলাত উত্তীৰ্ণৰ হাৰ ৬৩.৫৭ শতাংশ
নলবাৰী জিলাত উত্তীৰ্ণৰ হাৰ ৭৬.৫৮ শতাংশ
ডিমা হাছাও জিলাত উত্তীৰ্ণৰ হাৰ ৮৮.২৩ শতাংশ
শিৱসাগৰ জিলাত উত্তীৰ্ণৰ হাৰ ৮৪.০৮ শতাংশ
বৰপেটা জিলাত উত্তীৰ্ণৰ হাৰ ৬৫.৮১ শতাংশ
বঙাইগাঁও জিলাত উত্তীৰ্ণৰ হাৰ ৪৯.৬২ শতাংশ
বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ ৭৭.২৪ শতাংশ
চিৰাং জিলাত উত্তীৰ্ণৰ হাৰ ৬৫.০৬ শতাংশ
কাছাৰ জিলাত উত্তীৰ্ণৰ হাৰ ৪৯.১৩ শতাংশ
ধুবুৰী জিলাত উত্তীৰ্ণৰ হাৰ ৫০,০২ শতাংশ
দৰং জিলাত উত্তীৰ্ণৰ হাৰ ৬৬.৮৯ শতাংশ
ধেমাজি জিলাত উত্তীৰ্ণৰ হাৰ ৬৭.৮৬ শতাংশ
ডিব্ৰুগড় জিলাত উত্তীৰ্ণৰ হাৰ ৭৮.৪৬ শতাংশ
গোৱালপাৰা জিলাত উত্তীৰ্ণৰ হাৰ ৬২.০৪ শতাংশ
গোলাঘাট জিলাত উত্তীৰ্ণৰ হাৰ ৭৭.৯৯ শতাংশ
শোণিতপুৰ জিলাত উত্তীৰ্ণৰ হাৰ ৫৬.০২ শতাংশ
তিনিচুকীয়া জিলাত উত্তীৰ্ণৰ হাৰ ৬৭.৭৪ শতাংশ
ওদালগুৰি জিলাত উত্তীৰ্ণৰ হাৰ ৭২.২৩ শতাংশ
কামৰূপ মেট্ৰ’ জিলাত উত্তীৰ্ণৰ হাৰ ৭৬.৯৪ শতাংশ
বিশ্বনাথ জিলাত উত্তীৰ্ণৰ হাৰ ৬১.১৬ শতাংশ
চৰাইদেউ জিলাত উত্তীৰ্ণৰ হাৰ ৭২.২৭ শতাংশ
হোজাই জিলাত উত্তীৰ্ণৰ হাৰ ৫৯.৯৬ শতাংশ
দক্ষিণ শালমাৰা জিলাত উত্তীৰ্ণৰ হাৰ ৫৯.২৩ শতাংশ
পশ্চিম কাৰ্বি আংলং জিলাত উত্তীৰ্ণৰ হাৰ ৬৫.৪৪ শতাংশ

 

 

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *