পাণবজাৰ থানাত সোধপোছৰ অন্তত মুক্তি দিলে কুংকি চৌধুৰীক।
প্ৰায় দুঘণ্টাজোৰা সোধপোছৰ অন্তত আৰক্ষীয়ে যাবলৈ অনুমতি দিয়ে।মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী কুংকি চৌধুৰীক।
উল্লেখ্য যে, নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগত পাণবজাৰ আৰক্ষীয়ে জাৰি কৰিছিল চমন।সেই অনুসৰি মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদ (অজাপ)ৰ প্ৰাৰ্থী কুংকি চৌধুৰী দেওবাৰে পুৱা থানাত হাজিৰ হয়।