Share and Enjoy !

Shares

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ ঘোষণা।

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলক লৈ গুৰুত্বপূৰ্ণ ঘোষণা।

২১ এপ্ৰিলৰ পাছতহে ঘোষণা হ’ব HSৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল।

পূৰ্বে ১৭ এপ্ৰিলত ফলাফল ঘোষণা হ’ব বুলি ভুৱা খবৰ বিয়পি পৰিছিল।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ২১ এপ্ৰিলৰ পাছত ঘোষণা কৰা হ’ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে বৃহস্পতিবাৰে এখন জাননী যোগে প্ৰকাশ কৰিছে।

আজি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি প্ৰচাৰ হোৱা বাতৰি ভুৱা বুলি স্পষ্টীকৰণ দি শিক্ষা পৰিষদে এই জাননী জাৰি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *