Share and Enjoy !

Shares

জুবিন গাৰ্গৰ গান বিকৃত ৰূপত পৰিৱেশন মৰ্মিতা মিত্ৰৰ। বিহুৰ মঞ্চত মৰ্মিতা মিত্ৰই গোৱা গানক লৈ বিতৰ্ক।।

ব’হাগ বিহুৰ সময়তে জুবিন গাৰ্গৰ গীত বিকৃতভাৱে পৰিৱেশন কৰাক লৈ সামাজিক মাধ্যমত বিভিন্নজনৰ সমালোচনাৰ সন্মুখীন হৈছে পশ্চিম বংগৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ। বিহুৰ মঞ্চত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কিছুমান গীত দৃষ্টিকটুভাৱে পৰিৱেশন কৰাৰ অভিযোগ উত্থাপন হৈছে। যাক লৈ বিভিন্নজনে সামাজিক মাধ্যমযোগে মৰ্মিতা মিত্ৰক বিশেষ আহ্বান জনায়।

কণ্ঠশিল্পী খগেন গগৈয়ে সামাজিক মাধ্যমত কৰিছে পোষ্ট।মৰ্মিতা মিত্ৰক জুবিন গাৰ্গৰ গান বিকৃত ৰূপত পৰিৱেশন নকৰিবলৈ আহ্বান কণ্ঠশিল্পী খগেন গগৈৰ

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *