Share and Enjoy !

Shares

নাৰেংগী-ছয় মাইল ভি আই পি ৰোডত পাহাৰ সদৃশ বোকা মাটিৰ দম।

ৰাজপথটোৰ মাজভাগতেই পৰি আছে পাহাৰ সদৃশ মাটিৰ দম।

সূচাৰুভাৱে যাতায়তত ব্যাহত হোৱাৰ ফলত হাহাকাৰ অৱস্থাৰ সম্মুখীন স্থানীয় ৰাইজৰ।

অভাৰ লোডিং মাটি কঢ়িয়াই অনা ডাম্পৰে ৰাজপথৰ মাজতেই পেলাই থৈ গল পাহাৰ সদৃশ মাটি যাৰ বাবে নৰক যন্ত্ৰণাত ভুগিছে যাতায়তকাৰী সকলে।

উল্লেখ যে, দিনে নিশাই ভি আই পি ৰোডৰ সমগ্ৰ পথছোৱাত তীব্ৰবেগত ডাম্পৰ চলাচল, অভাৰলোডিং মাটি কঢ়িয়াই অনা ডাম্পৰৰ দৌৰাত্মৰ ফলত একাধিক দুৰ্ঘটনা সংঘটিত হৈ আছে।

আনহাতে দেখিও নেদেখা ভাও জুৰি আছে যান বাহন আৰক্ষী প্ৰশাসন।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *