গোৱালপাৰাৰ আগিয়াৰ বালিজানাত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ভস্মীভূত এখন গেলামালৰ দোকান।
বালিজানা বজাৰৰ প্ৰাঞ্জল দাস নামৰ ব্যৱসায়ীজনৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।
জুইত জাহ যায় দোকানৰ সকলো সামগ্ৰী।
শ্বৰ্ট-চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ।প্ৰকাশ
অগ্নিনিৰ্বাপন বাহিনীয়ে আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম।