Share and Enjoy !

Shares

দেওবাৰে নিশা নগাঁৱৰ খাটোৱাল আৰক্ষীৰ জুৱা খেলৰ বিৰুদ্ধে অভিযান।

খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত চায়ু তিনি আলিত অভিযান চলাই আটক কৰে সাত জনকৈ কুখ্যাত জুৱাৰীক।

আটক হোৱা লোককেইজনৰ ক্ৰমে ছাদ্দাম হুছেইন, আনোৱাৰ হুছেইন, ইদ্ৰিছ আলী, জিয়াৰুল ইছলাম, মতিবুৰ ৰহমান, ৰাইহান উদ্দিন, জহিৰুল ইছলাম।বুলি জানিব পৰা গৈছে।

অভিযানকালত খাটোৱাল আৰক্ষীয়ে জব্দ কৰিছে ১৮ হাজাৰ নগদ ধন।

জুৱাৰী কেইটাৰ পৰা ৬টা ম’বাইল ফোন জব্দ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *